ভোটগ্ৰহণৰ মাজতে টিডিপি-ৱাইএছআৰচিপি কৰ্মীৰ মাজত হতাহতি, ভিডিঅ’

ভোটগ্ৰহণৰ মাজতে টিডিপি-ৱাইএছআৰচিপি কৰ্মীৰ মাজত হতাহতি, ভিডিঅ’

author-image
asomiyapratidin
New Update
দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সবাতোকৈ ধনী প্ৰাৰ্থীজন কোন দলৰ?…

  • অন্ধপ্ৰদেশত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ মাজতে উত্তপ্ত পৰিস্থিতি।
  • গুন্টুৰ জিলাৰ শ্ৰীনিবাসপুৰম গাঁৱৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হয় উত্তেজনা।
  • ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটদান পৰ্ব চলি থকাৰ মাজতে টিডিপি আৰু ৱাইএছআৰচিপি কৰ্মীৰ মাজত হতাহতি।
  • দুই পক্ষৰ মাজত সংঘৰ্ষত আহত এজন ৱাই এছ আৰ চি পি কৰ্মী।


— ANI (@ANI) April 11, 2019