ভোট দিবলৈ যাওতে দুৰ্বৃত্তৰ আক্ৰমণত আহত টিডিপিৰ নেতা

ভোট দিবলৈ যাওতে দুৰ্বৃত্তৰ আক্ৰমণত আহত টিডিপিৰ নেতা

author-image
asomiyapratidin
New Update
ভোট দিবলৈ যাওতে দুৰ্বৃত্তৰ আক্ৰমণত আহত টিডিপিৰ নেতা

  • অন্ধ্ৰপ্ৰদেশত ভোটগ্ৰহণৰ মাজতে অপ্ৰীতিকৰ ঘটনা।
  • গুন্টুৰৰ সত্যেনপল্লী ভোটগ্ৰহণ কেন্দ্ৰত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ।
  • ভোটগ্ৰহণ কেন্দ্ৰটোত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহাৰ সময়তে দুৰ্বৃত্তৰ আক্ৰমণ টেলেগু দেশম পাৰ্টীৰ নেতাক।
  • অচিনাক্ত দুৰ্বৃত্তৰ আক্ৰমণত গুৰুতৰভাৱে আহত টিডিপিৰ নেতা কোডেলা শিৱপ্ৰসাদ ৰাও।
  • আহত শিৱপ্ৰসাদ ৰাওক ভৰ্তি কৰা হৈছে চিকিৎসালয়ত।
  • ঘটনা সন্দৰ্ভত গুন্টুৰ আৰক্ষীয়ে ৰুজু কৰিছে এটা গোচৰ।