New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4vRETvUIAAfpR3.png)
- প্ৰাক্তন বিজেপি সাংসদ সুৰেশ চন্দলৰ কংগ্ৰেছত যোগদান।
- সোমবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ উপস্থিতিত কংগ্ৰেছত যোগ দিয়ে সুৰেশ চন্দলে।
- দিল্লীৰ হামিৰপুৰ লোকসভা সমষ্টিৰ সাংসদ আছিল সুৰেশ।
- বিজেপিৰ নীতি আদৰ্শৰ প্ৰতি অসন্তুষ্টি ব্যক্ত কৰি কিছুদিন পূৰ্বে এৰিছিল দলটো।
- ইয়াৰ পিছতে তেওঁ কংগ্ৰেছত যোগ দিয়াৰ বিষয়ে চৰ্চা চলিছিল।
- 'সুৰেশ চন্দলৰ আগমনে আমাৰ দলটোৰ শক্তি বৃদ্ধি কৰিছে'- এই মন্তব্য ৰাহুল গান্ধীৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us