গুৰদাসপুৰত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ছানী দেওল…

গুৰদাসপুৰত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ছানী দেওল…

author-image
asomiyapratidin
New Update
লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

  • পঞ্জাৱৰ গুৰদাসপুৰ সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী ছানী দেওল।
  • আনন্দপুৰ ছাহিবত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী মনিস তিৱাৰী।
  • অমৃতসৰত আগবাঢ়ি আছে গুৰজিৎ সিং আওজলা।
  • ইফালে, ভতিণ্ডাত আগবাঢ়ি আছে এছ এ ডিৰ প্ৰাৰ্থী হৰস্মিৰত কৌৰ বাদল।