অভিনেতা চানী দেউলৰ বিজেপিত যোগদান

অভিনেতা চানী দেউলৰ বিজেপিত যোগদান

author-image
asomiyapratidin
New Update
অভিনেতা চানী দেউলৰ বিজেপিত যোগদান

  • অভিনেতা চানী দেউলৰ বিজেপিত যোগদান।
  • মঙলবাৰে কেন্দ্ৰীয় মন্ত্ৰী পিয়ুষ গোৱেলৰ উপস্থিতিত যোগ দিয়ে বিজেপিত।
  • অভিনেতাগৰাকীৰ যোগদান অনুষ্ঠানত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণ।
  • দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী।
  • 'মোৰ দেউতা (ধৰ্মেন্দ্ৰ)ই বিজেপিত যোগ দি অটল জীৰ সমৰ্থনত কাম কৰিছিল।'
  • 'মই মোডী জীক সমৰ্থন কৰিবলৈকে বিজেপিত যোগ দিছো।'
  • যোগদানৰ পিছত এই মন্তব্য কৰে চানী দেউলে।