শ্ৰীনগৰ আৰু উধামপুৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

শ্ৰীনগৰ আৰু উধামপুৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

author-image
asomiyapratidin
New Update
শ্ৰীনগৰ আৰু উধামপুৰ সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী

  • জম্মু-কাশ্মীৰৰ দ'দাৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী।
  • শ্ৰীনগৰ আৰু উধামপুৰ লোকসভা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ইভিএম লৈ ৰাওনা বিষয়া-কৰ্মীসকল।
  • দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অনুষ্ঠিত হ'ব ১৮ এপ্ৰিলত।
  • বৃহস্পতিবাৰে লোকসভা সমষ্টি দুটাত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী।