New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- চতিয়া সমষ্টিৰ জামুগুৰিহাটত ভোটিং মেচিন পুৱাৰে পৰা বিকল।
- জামুগুৰিহাটৰ পশ্চিম জামুগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ ১১৪ নং ভোট কেন্দ্ৰৰ ভোটিং মেচিন পুৱাৰ পৰাই বিকল।
- অগণন ভোটাৰে পুৱাৰে পৰা শাৰী পাতি থাকিও ভোট দিব নোৱাৰাত ৰাইজৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।
- বৃহৎ সংখ্যাকভোটাৰে ভোট নিদিয়াকৈয়ে উভতি যাব লগীয়া হয় ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us