New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/sonowal-7591.jpg)
ফাইল ফটো
- ৰাজ্যত ক্ৰমাত্ তীব্ৰতৰ হৈছে নিৰ্বাচনী প্ৰচাৰ।
- আজি দলগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰী সোণোৱালে।
- মৰিগাঁৱৰ ভুৰাগাঁৱতো নগাঁৱৰ প্ৰাৰ্থী ৰূপক শৰ্মাৰ হৈ চলাব প্ৰচাৰ।
- আনহাতে, ওদালগুৰি জিলাৰ পানেৰী আৰু ৰৌতাৰ দুখন নিৰ্বাচনী সভাতো প্ৰচাৰ চলাব সোণোৱালে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us