New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/12/sonia-gandhi-birthday.jpg)
- উত্তৰ প্ৰদেশৰ ৰায়বৰেলীত ১৬৭৩৭০ টা ভোটত আগবাঢ়ি আছে কংগ্ৰেছ প্ৰাৰ্থী ছোনীয়া গান্ধী।
- বিজেপিৰ প্ৰাৰ্থী দিনেশ প্ৰতাপ সিঙৰ বিৰুদ্ধে ছোনীয়া গান্ধীৰ বিজয়ৰ দিশে অগ্ৰগতি।
- সমষ্টিটোত ছোনীয়া গান্ধীয়ে লাভ কৰিছে ৫৩১৯৯৩টা ভোট।
- তাৰ বিপৰীতে বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰা ভোটৰ পৰিমাণ হৈছে ৩৬৪৬২৩ টা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us