নিৰ্বাচন-২০১৯ মুখ্য-পৃষ্ঠা ৰায়বৰেলীত ছোনীয়া গান্ধীৰ মনোনয়ন দাখিল ৰায়বৰেলীত ছোনীয়া গান্ধীৰ মনোনয়ন দাখিল asomiyapratidin 11 Apr 2019 13:39 IST Follow UsNew Updateৰায়বৰেলীত ছোনীয়া গান্ধীৰ মনোনয়ন দাখিল।বিশাল সমদলৰ মাজেৰে মনোনয়ন পত্ৰ দাখিল কৰে কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে।মনোনয়ন দাখিলৰ সমান্তৰালৈ ছোনীয়াই অংশ লয় এক ৰোড শ্ব'ত।হাজাৰ হাজাৰ কংগ্ৰেছ সমৰ্থকৰ অংশগ্ৰহণত অনুষ্ঠিত হয় ৰোড শ্ব'।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক