নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় ৰায়বৰেলীত ছোনিয়া গান্ধীৰ মনোনয়ন দাখিল ৰায়বৰেলীত ছোনিয়া গান্ধীৰ মনোনয়ন দাখিল asomiyapratidin 11 Apr 2019 16:52 IST Follow UsNew Updateৰায়বৰেলীত ছোনিয়া গান্ধীৰ মনোনয়ন দাখিল।ছোনিয়া গান্ধীৰ সৈতে মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী।বিশাল সমদলেৰে উপস্থিত নিৰ্বাচনী কাৰ্যালয়ত উপস্তিত হৈ মনোনয়ন দাখিল কৰে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক