এডাল সাপৰ বাবেই বহু সময় স্থগিত হ’ল ভোটগ্ৰহণ…

এডাল সাপৰ বাবেই বহু সময় স্থগিত হ’ল ভোটগ্ৰহণ…

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • কেৰালাত ভোটগ্ৰহণ কাৰ্যৰ মাজতে হাহাকাৰ পৰিস্থিতি।
  • কান্দাকাই লোকসভা সমষ্টিৰ অন্তৰ্গত কান্নুৰত সৃষ্টি হ'ল হাহাকাৰ পৰিস্থিতি।
  • এডাল সাপক কেন্দ্ৰ কৰিয়েই ভোটাৰৰ মাজত সৃষ্টি হয় এই পৰিস্থিতিৰ।
  • ভোটকেন্দ্ৰটোৰ ভিতৰত ভোটগ্ৰহণ চলি থকাৰ সময়তে ওলায় সাপডাল।
  • যাৰ ফলত বহু সময় ধৰি স্থগিত হৈ পৰে ভোটগ্ৰহণ।
  • পিছত স্থানীয় ৰাইজৰ সহযোগত সাপডাল আবদ্ধ কৰাৰ পিছত পুনৰ আৰম্ভ কৰা হয় ভোটগ্ৰহণ।