New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D33HTJ1X4AAIHBr.jpg)
- বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী তথা আমেথি লোকসভা সমষ্টিৰ প্ৰাৰ্থী স্মৃতি ইৰাণীৰ মনোনয়ন দাখিল।
- বৃহস্পতিবাৰে মনোনয়ন দাখিল কৰে স্মৃতি ইৰাণীয়ে।
- প্ৰাৰ্থীগৰাকীৰ মনোনয়নত সংগ দিয়ে বিজেপিৰ কেইবাগৰাকীও শীৰ্ষ নেতাই।
- সংসদীয় সমষ্টিটোক কংগ্ৰেছৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হ'ব স্মৃতি ইৰাণীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us