New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D41sqQ5UcAARhkD.jpg)
- বিজেপি প্ৰাৰ্থী তথা গায়ক হংস ৰাজ হংসৰ মনোনয়ন পত্ৰ দাখিল।
- উত্তৰ পশ্চিম দিল্লী সংসদীয় সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব হংস ৰাজে।
- মনোনয়ন দাখিলৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ।
- 'মই মোৰ শৈশৱৰ পৰাই যুদ্ধ কৰি আহিছো।'
- 'মোৰ পিতৃ এজন ফাৰ্মত কাম কৰা সাধাৰণ কৰ্মচাৰী আছিল।'
- 'মোৰ তেজতে কষ্ট কৰিব পৰা শক্তি আছে।'
- 'মই প্ৰধানমন্ত্ৰী মোডীক এজন হিৰ'ৰ দৰে গণ্য কৰো।'
- নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয় হ'ব বুলি দাবী কৰে হংস ৰাজে।