New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4arOGRU4AAIftC.jpg)
- আজি দেশৰ ১৩ ৰাজ্যৰ ৯৬টা সমষ্টিত অনুষ্ঠিত হৈছে দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ।
- কৰ্ণাটকৰ মশীশূৰত দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণ সাব্যস্ত কৰিছে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামাইয়াই।
- কংগ্ৰেছ নেতাগৰাকীয়ে পুত্ৰ য়াথিন্দ্ৰ সিদ্ধাৰামাইয়াৰ সৈতে ভোটাধিকাৰ সাব্যস্ত কৰে।
- মশীশূৰৰ এটা ভোটকেন্দ্ৰত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পিছতে সকলো ৰাইজক ভোটদান কৰিবলৈ আহ্বান জনায় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us