New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/jota.jpg)
- বিজেপি সাংসদলৈ লক্ষ্য কৰি জোতা নিক্ষেপ।
- দিল্লীত এক সংবাদ মেল সম্বোধন কৰিছিল সাংসদ জিভিএল নৰসিংহ ৰাৱে।
- দিল্লীস্থ বিজেপিৰ মুখ্য কাৰ্যালয়ত সম্বোধন কৰিছিল সংবাদমেল।
- হঠাৎ তেওঁলৈ লক্ষ্য কৰি এজন ব্যক্তিয়ে নিক্ষেপ কৰে জোতা।
- ব্যক্তিজনক কৰায়ত্ব কৰে নিৰাপত্তাৰক্ষীয়ে।
#WATCH Delhi: Shoe hurled at BJP MP GVL Narasimha Rao during a press conference at BJP HQs .More details awaited pic.twitter.com/7WKBWbGL3r
— ANI (@ANI) April 18, 2019
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us