অৰবিন্দ কেজৰিৱালক লৈ কি ক’লে শীলা দিক্ষীতে…

অৰবিন্দ কেজৰিৱালক লৈ কি ক’লে শীলা দিক্ষীতে…

author-image
asomiyapratidin
New Update
অৰবিন্দ কেজৰিৱালক লৈ কি ক’লে শীলা দিক্ষীতে…

  • দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ মন্তব্যক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ নেত্ৰী শীলা দিক্ষীতৰ।
  • দিল্লীৰ মুছলমানে কংগ্ৰেছক ভোট দিব বুলি মন্তব্য কৰিছিল কেজৰিৱালে।
  • তাৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰে শীলা দিক্ষীতে।
  • 'তেওঁ কিয় এই কথা ক'লে বুজি নাপালো।'
  • 'প্ৰত্যেকজন নাগৰিকৰে নিজৰ পচন্দ অনুযায়ী ভোটদান কৰাৰ অধিকাৰ আছে।'
  • 'সেই অধিকাৰত হস্তক্ষেপ কৰা অনুচিত।'
  • 'হ'ব পাৰে দিল্লীৰ মুছলমানে কংগ্ৰেছত ভোট দিছে।'
  • 'কিন্তু হিন্দুৱেও আমাক ভোট দিছে।'
  • 'তাত অসুবিধা ক'ত?'
  • 'দিল্লীবাসীয়ে আজিলৈকে চৰকাৰখনৰ ভূমিকা বুজি নাপালে।'
  • 'চৰকাৰখনে দিল্লীবাসীৰ আগ্ৰহক কেতিয়াও গুৰুত্ব প্ৰদান কৰা নাই।'