New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D40qYT4U0AA-6Uw.jpg)
- দিল্লীৰ দুই কংগ্ৰেছ প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল।
- উত্তৰ-পূব দিল্লীৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী শীলা দীক্ষিতে।
- ইয়াৰ বিপৰীতে নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা মনোনয়ন অজয় মাকেণৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D40qbL6U4AEtB6f.jpg)
- উল্লেখ্য যে, দুয়োটা সমষ্টিতে কংগ্ৰেছ প্ৰাৰ্থী দুগৰাকীৰ ভেটি সুদৃঢ়।
- দুয়োগৰাকীয়ে প্ৰাৰ্থীয়ে ইতিমধ্যে জোৰদাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে সমষ্টি দুটাত।