New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5UPC_uUcAAOh9-.jpg)
- মুম্বাই নৰ্থ চেন্ট্ৰেল লোকসভা সমষ্টিৰ অন্তৰ্গত বান্দ্ৰাত অভিনেতা শ্বাহৰুখ খানৰ ভোটদান।
- পত্নী গৌৰী খানসহ বান্দ্ৰাৰ এটা ভোটকেন্দ্ৰত ভোটদান কিং খানৰ।
- শ্বাহাৰুখ খানৰ উপস্থিতিত ভোটকেন্দ্ৰটোত সৃষ্টি হয় উখল মাখল পৰিৱেশৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5UO8DcUUAAS2Cp.jpg)
- অগণন সমৰ্থকে অভিনেতাজনক চাবলৈ ভিৰ কৰে ভোটকেন্দ্ৰৰ বাহিৰত।
- সমৰ্থকৰ ভিৰৰ মাজত বহুসময় ধৰি আবদ্ধ হৈ থাকিল শ্বাহৰুখ খান।
- 'গণতন্ত্ৰ জীয়াই ৰখাৰ বাবে আমি সকলোৱে ভোট দিবই লাগিব।'
- ভোটদান কৰি এই মন্তব্য বলীউড চুপাৰষ্টাৰজনৰ।