মুম্বাইত জব্দ ১১.৮৫ লাখ নগদ ধন…

মুম্বাইত জব্দ ১১.৮৫ লাখ নগদ ধন…

author-image
asomiyapratidin
New Update
মুম্বাইত জব্দ ১১.৮৫ লাখ নগদ ধন…

  • মুম্বাইত জব্দ বৃহৎ পৰিমাণৰ নগদ ধন।
  • ফ্লায়িং স্কোৱাডে অভিযান চলাই জব্দ কৰে নগদ ধনখিনি।
  • মুম্বাইৰ চিয়ন এলেকাৰ পৰা জব্দ কৰা হয় ধনখিনি।
  • জব্দকৃত ধন পৰিমাণ ১১.৮৫ লাখ টকা।
  • নিৰ্বাচনত ব্যৱহাৰৰ বাবেই ধনখিনি অনা হৈছিল বুলি সন্দেহ।