New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D67kMi3XsAA_0dx.jpg)
- ২০১৯ৰ লোকসভা নিৰ্বাচনত হিমাচল প্ৰদেশত বিশেষভাৱে সক্ষম নাগৰিকক ভোটকেন্দ্ৰলৈ অনাত সহযোগ প্ৰশাসনৰ।
- নালগড় মহকুমা দণ্ডাধীশে আগভাগ লৈ ভোটকেন্দ্ৰলৈ কোলাত তুলি লৈ আহিল এগৰাকী বিশেষভাৱে সক্ষম বৃদ্ধাক।
- নালগড়ৰ এটা ভোটকেন্দ্ৰত ভোটদান কৰাবলৈ অনা হয় ৭৫ বৰ্ষীয় বৃদ্ধা গৰাকীক।
- মহকুমা দণ্ডাধীশ গৰাকীৰ এই তৎপৰতাক ভূঞসী প্ৰশংসা স্থানীয়ৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us