পশ্চিম বংগৰ ভোটকেন্দ্ৰত বিজেপি-তৃণমূল কংগ্ৰেছৰ হতাহতি

পশ্চিম বংগৰ ভোটকেন্দ্ৰত বিজেপি-তৃণমূল কংগ্ৰেছৰ হতাহতি

author-image
asomiyapratidin
New Update
পশ্চিম বংগৰ ভোটকেন্দ্ৰত বিজেপি-তৃণমূল কংগ্ৰেছৰ হতাহতি

  • পশ্চিম বংগত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ মাজত হতাহতি।
  • এটা ভোটকেন্দ্ৰত হতাহতিৰ সূত্ৰপাত।
  • বিজেপিয়ে ৰিগিং কৰাৰ অভিযোগ আনে তৃণমূল কংগ্ৰেছে তাৰ পিছতে সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
  • বংকুৰাৰ ২৫৪ নম্বৰ ভোটকেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।