New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/SC1-kmWE-621x414@LiveMint-1ec5.jpg)
- নিৰ্বাচন সন্দৰ্ভত ৰাজনৈতিক দলসমূহলৈ উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা।
- নিৰ্বাচনৰ বাবে কোনো সংস্থা বা প্ৰাৰ্থীৰ পৰা লাভ কৰা অনুদান সন্দৰ্ভত ৰাজনৈতিক দলসমূহে জনাব লাগিব বিতং তথ্য।
- বন্ধ খামৰ ভিতৰত নিৰ্বাচনক আয়োগক সবিশেষ তথ্য জমা দিব লাগিব ৰাজনৈতিক দলসমূহে।
- উল্লেখ্য যে, নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহে বিভিন্ন সংস্থা আৰু ব্যৱসায়ীৰ পৰা আৰ্থিক অনুদান লয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us