ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত শুনানি, ভুল স্বীকাৰ অধিবক্তা অভিষেক মনুৰ

ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত শুনানি, ভুল স্বীকাৰ অধিবক্তা অভিষেক মনুৰ

author-image
asomiyapratidin
New Update
লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ এদিন পূৰ্বে ৰাহুলে ক’লে- ভয় নাখাব, আপুনি সত্যৰ হকে যুঁজ দিছে…

  • ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যক লৈ উচ্চতম ন্যায়ালয়ত শুনানি।
  • ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীয়ে উচ্চতম ন্যায়ালৰ উদ্ধৃতি দি কৈছিল- 'এতিয়া উচ্চতম ন্যায়ালয়েও স্বীকাৰ কৰিছে চকীদাৰেই চোৰ।'
  • ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে আদালতত গোচৰ তৰিছিল বিজেপিয়ে।
  • মঙলবাৰে ৰাহুল গান্ধীৰ অধিবক্তা অভিষেক মনু সিংভীয়ে স্বীকাৰ কৰে ভুল।
  • আদালতত নতুন শপতনামা দাখিল কৰিব বুলি জনালে অধিবক্তা সিংভীয়ে।
  • ৬ মে'ত পুনৰ গ্ৰহণ কৰা হ'ব ৰাহুল গান্ধীৰ বিৰুদ্ধে তৰা গোচৰৰ শুনানি।