নিৰ্বাচন-২০১৯ মুখ্য-পৃষ্ঠা কংগ্ৰেছ প্ৰাৰ্থী শত্ৰুঘ্ন সিনহাৰ মনোনয়নপত্ৰ দাখিল… কংগ্ৰেছ প্ৰাৰ্থী শত্ৰুঘ্ন সিনহাৰ মনোনয়নপত্ৰ দাখিল… asomiyapratidin 29 Apr 2019 16:04 IST Follow UsNew Updateকংগ্ৰেছ প্ৰাৰ্থী শত্ৰুঘ্ন সিনহাই দাখিলে কৰে মনোনয়ন পত্ৰ।পাটনা ছাহিব সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সিনহাই।মনোনয়ন পত্ৰ দাখিলৰ সময়ত উপস্থিত বহু কংগ্ৰেছৰ শীৰ্ষ নেতা।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক