New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D40lzH8U0AIoPRb.jpg)
- মধ্যপ্ৰদেশত বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ৰোড শ্ব'ত অঘটন।
- এনচিপি কৰ্মীয়ে ক'লা পতাকা প্ৰদৰ্শন কৰাক লৈ উত্তপ্ত পৰিস্থিতি।
- ক'লা পতাকা প্ৰদৰ্শন কৰা এনচিপি কৰ্মীজনক বিজেপি সমৰ্থকৰ প্ৰহাৰ।
- উল্লেখ্য যে, মঙলবাৰে ভূপালত এক ৰোড শ্ব' কৰিছিল সাধ্বী প্ৰজ্ঞাই।
- ভূপাল লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞা।
- ৰোড শ্ব'ৰ মাজতে এনচিপি কৰ্মীজনে ক'লা পতাকা দেখুৱায়।
- বিজেপি কৰ্মীৰ হাতত প্ৰহৃত এনচিপি কৰ্মীজনক অৱশেষত উদ্ধাৰ কৰে আৰক্ষীয়ে।
Madhya Pradesh: BJP workers thrashed an NCP worker at SDM office in Bhopal after he allegedly showed black flags to Pragya Singh Thakur, BJP LS candidate from Bhopal, during her roadshow. pic.twitter.com/WsbgIiThWD
— ANI (@ANI) April 23, 2019