New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5LE0MmU0AAb12S.jpg)
- মধ্যপ্ৰদেশৰ ভূপালত বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ৰোড শ্ব'।
- শনিবাৰে ভূপালৰ হাঠি খানা অঞ্চলত ৰোড শ্ব'ত অংশ লয় বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
- ৰোড শ্ব'ত বিজেপি কৰ্মীৰ অভূতপূৰ্ব সমৰ্থন।
- উল্লেখ্য যে ভূপাল সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰজ্ঞা সিং ঠাকুৰে।