New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D40lzH8U0AIoPRb.jpg)
- মধ্যপ্ৰদেশৰ ভূপাল লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ৰোড শ্ব'।
- ভূপালত অসংখ্য সমৰ্থকক লগত লৈ উলিয়ালে ৰোড শ্ব'।
- ৰোড শ্ব'ত অংশ ল'লে বিজেপিৰ কেইবাজনো শীৰ্ষ নেতাই।
- উল্লেখ্য যে, শ্বহীদক লৈ সাধ্বী প্ৰজ্ঞাই কৰা মন্তব্যই সৃষ্টি কৰি আছে বিতৰ্কৰ।