New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-agrani.jpg)
- দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে পুৱাৰে পৰা ভোটগ্ৰহণ কেন্দ্ৰত ভোটাৰ ৰাইজৰ ভিৰ।
- পুৱা ৭ বজাৰে পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।
- পুৱাই ভোটদান কৰিলে ১০ নং লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাই।
- পৰিয়ালৰ সৈতে আহি ভোটদান কৰিলে শৰ্মাই।
- নগাঁও সদৰৰ এক ভোটকেন্দ্ৰত কৰিলে ভোটদান।
- ৰাইজৰ সৈতে শাৰী পাতি সাব্যস্ত কৰিলে ভোটাধিকাৰ।
- জয়ক লৈ আশাবাদী বুলি ক'লে বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us