নিশা ১.৩০ বজালৈ কোন দলে লাভ কৰিছে কিমান আসন…

নিশা ১.৩০ বজালৈ কোন দলে লাভ কৰিছে কিমান আসন…

author-image
asomiyapratidin
New Update
লক্ষ্ণৌত বিজেপি প্ৰাৰ্থী ৰাজনাথ সিঙৰ কি অৱস্থা…

  • নিশা ১.৩০ বজালৈকে ৫৪২খন আসনৰ ভিতৰত ঘোষণা হৈছে ৪৪৩খন আসনৰ ফলাফল।
  • বিজেপি দলে অগ্ৰগতি লাভ কৰিছে ২৬৮খন আসনত।
  • ৩৫খন আসনত লাভ কৰিছে দলটোৱে।
  • আনহাতে, কংগ্ৰেছ দলে ৪৩খন আসন লাভ কৰাৰ লগতে ৯খন আসনত অগ্ৰগতি লাভ কৰি আছে।
  • জনতা দল ইউনাইটেডে লাভ কৰিছে ১৫খন আসন।
  • সমাজৱাদী পাৰ্টিয়ে লাভ কৰিছে ৫খন আসন।
  • তেলেংগানাৰ ৰাষ্ট্ৰ সমিতিয়ে লাভ কৰিছে ৯খন আসন।
  • শিৱসেনাই লাভ কৰিছে ১৩খন আসন।
  • আনহাতে, টি এম চিয়ে ১৮খন আসন লাভ কৰাৰ লগতে অগ্ৰগতি লাভ কৰি আছে ৪খন আসনত।