ইভিএমৰ বিসংগতিঃ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ওড়িশাৰ কেইবাটাও ভোটকেন্দ্ৰত

ইভিএমৰ বিসংগতিঃ পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ওড়িশাৰ কেইবাটাও ভোটকেন্দ্ৰত

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • ওড়িশাৰ কেইবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ইভিএমৰ বিসংগতি।
  • বিসংগতি ধৰা পৰাৰ পিছতে ভোটকেন্দ্ৰ কেইটাত নতুনকৈ ভোটগ্ৰহণৰ ব্যৱস্থা কৰিছে নিৰ্বাচন আয়োগে।
  • সুন্দেৰগঢ়ৰ ২১৩ নং বুথত, বোনাইৰ ১২৯ নং বুথত নতুনকৈ কৰা হৈছে ভোটগ্ৰহণ।
  • তদুপৰি দশপাল্লা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২১০ আৰু ২২২ নং ভোটকেন্দ্ৰতো কৰা হৈছে নতুনকৈ ভোটগ্ৰহণৰ ব্যৱস্থা।
  • ইভিএমৰ বিসংগতিৰ লগতে পুলিং বিষয়াৰ গাফিলতিৰো অভিযোগ ভোটকন্দ্ৰকেইটাত।