New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- পশ্চিম বংগৰ ৰাজগঞ্জ লোকসভা সমষ্টিৰ ১৫ টা ভোটগ্ৰহণ কেন্দ্ৰত পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দাবী।
- সমষ্টিটোৰ চিপিআই (মাৰ্ক্সবাদী) প্ৰাৰ্থী মহম্মদ চালিমে উত্থাপন কৰিছে এই দাবী।
- পুনৰ ভোটগ্ৰহণৰ দাবীৰে ৰিটাৰ্ণিং বিষয়ালৈ পত্ৰ প্ৰেৰণ প্ৰাৰ্থীগৰাকীৰ।
- বৃহস্পতিবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত সমষ্টিটোত অনুষ্ঠিত হৈছিল ভোটগ্ৰহণ।
- ভোটগ্ৰহণৰ সময়ত ১৫টা ভোট কেন্দ্ৰত গাফিলতিৰ অভিযোগ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us