New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4bQF2CUIAEdVfY.jpg)
- ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙৰ ভোটাধিকাৰ সাব্যস্ত।
- সপৰিয়ালে ভোটাধিকাৰ সাব্যস্ত কৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে।
- ৰাজনন্দগাঁৱ লোকসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটকেন্দ্ৰত ভোট ৰমন সিঙৰ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D4bQF2CUEAE6EUk.jpg)
- ভোটাধিকাৰ সাব্যস্ত কৰি সাংবাদিকৰে বাৰ্তালাপ তেওঁৰ।
- দেশত পুনৰ এবাৰ বিজেপিৰ চৰকাৰ গঠন হোৱাৰ দাবী নেতাগৰাকীৰ।
- পূৰ্বৰ নিৰ্বাচনতকৈ এইবাৰ ভোটদানৰ হাৰ অধিক হ'ব বুলিও মত ব্যক্ত তেওঁৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us