২০১৪ত উত্তৰ প্ৰদেশত বিজেপিৰ যি প্ৰদৰ্শন আছিল, ২০১৯ত সেয়া দেখা যাব পশ্চিম বংগতঃ ৰাম মাধৱ

২০১৪ত উত্তৰ প্ৰদেশত বিজেপিৰ যি প্ৰদৰ্শন আছিল, ২০১৯ত সেয়া দেখা যাব পশ্চিম বংগতঃ ৰাম মাধৱ

author-image
asomiyapratidin
New Update
২০১৪ত উত্তৰ প্ৰদেশত বিজেপিৰ যি প্ৰদৰ্শন আছিল, ২০১৯ত সেয়া দেখা যাব পশ্চিম বংগতঃ ৰাম মাধৱ

  • 'পশ্চিম বংগত বিজেপিয়ে আশানুৰূপ বিজয় লাভ কৰিবলৈ সক্ষম হ'ব।'
  • এই মন্তব্য বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱৰ।
  • 'পশ্চিম বংগক লৈ আমি এইবাৰ যথেষ্ট আশাবাদী।'
  • 'ৰাজ্যখনত প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিয়ে কিদৰে জনসমৰ্থন লাভ কৰিছে সেয়া প্ৰত্যেকেই দেখিছে।'
  • '২০১৪ত উত্তৰ প্ৰদেশত বিজেপিয়ে যি ফল দেখুৱাবলৈ সক্ষম হৈছিল, ২০১৯ত সেই একেই ফল পশ্চিম বংগত দেখুৱাব।'
  • 'বংগবাসীয়ে এইবাৰ বিজেপিক আঁকোৱালি লোৱাটো নিশ্চিত কৰিছে।'
  • সোমবাৰে এইদৰে মন্তব্য কৰে ৰাম মাধৱে।