নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় পুৱাই ভোটাধিকাৰ সাব্যস্ত অভিনেতা ৰজনীকান্তৰ… পুৱাই ভোটাধিকাৰ সাব্যস্ত অভিনেতা ৰজনীকান্তৰ… asomiyapratidin 18 Apr 2019 07:23 IST Follow UsNew Updateভোটদান কৰিলে অভিনেতা ৰজনীকান্তে।পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিলে দক্ষিণৰ অভিনেতাগৰাকীয়ে।চেন্নাই সংসদীয় সমষ্টিৰ অন্তৰ্গত এটা ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান ৰজনীকান্তৰ।ষ্টেলা মেৰিজ কলেজৰ ভোটগ্ৰহণ কেন্দ্ৰত পুৱাই ভোটদান।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক