১৬ এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে দাখিল কৰিব মনোনয়ন পত্ৰ…

১৬ এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে দাখিল কৰিব মনোনয়ন পত্ৰ…

author-image
asomiyapratidin
New Update
১৬ এপ্ৰিলত কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে দাখিল কৰিব মনোনয়ন পত্ৰ…

  • ১৬ এপ্ৰিলত মনোনয়ন দাখিল কৰিব কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে।
  • লক্ষ্ণৌ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে।
  • পঞ্চম পৰ্যায়ত সমষ্টিটোত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
  • অহা ৬ মে'ত সমষ্টিটোত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ পৰ্ব।