New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4Qci52UEAA1Tr7.jpg)
- কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ মনোনয়ন দাখিল।
- উত্তৰপ্ৰদেশৰ লক্ষ্ণৌ সংসদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী ৰূপে মনোনয়ন দাখিল সিঙৰ।
- পুৱা ৰাজপথত এক বিশাল ৰোড শ্ব'ত অংশ লয় কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীয়ে।
- মনোনয়ন দাখিলৰ সময়ত দলটোৰ কেইবাজনো শীৰ্ষ নেতা উপস্থিত তেওঁৰ লগত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us