New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4RdfaoU8AIycAq.jpg)
- মঙলবাৰে লক্ষ্ণৌ সংসদীয় সমষ্টিত মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে।
- মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে ৰোড শ্ব'ত অংশ লয় সিঙে।
- এছপি-বিএছপি-আৰএলডি মিত্ৰজোঁটৰ প্ৰাৰ্থী পুনম সিনহাই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰিব তেওঁৰ বিৰুদ্ধে।
- ৰাজনাথ সিঙে সংবাদমাধ্যমৰ এই সন্দৰ্ভত কয়-
- 'কোনো প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিবই লাগিব।'
- 'এই গণতন্ত্ৰৰ বৈশিষ্ট্য।'
- 'আমি সততা আৰু নিষ্ঠাৰে এই নিৰ্বাচনত যুঁজ দিম।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us