New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/file74zpggoo1s813qr1nas9-1556180281.jpg)
- নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বাধাৰ সন্মুখীন কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী।
- আধা বাটৰ পৰাই উভতি যাব লগা হ'ল দিল্লীলৈ।
- তেওঁ যাত্ৰা কৰা বিমানখনৰ ইঞ্জিনৰ বিসংগতিৰ বাবে উভতিব লগা হ'ল দিল্লীলৈ।
- শুকুৰবাৰে বিহাৰৰ সমষ্টিপুৰত নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ কথা আছিল ৰাহুল গান্ধীয়ে।
- তাৰ পিছতে ওড়িশাৰ বালাশূৰ আৰু মহাৰাষ্ট্ৰৰ সংগমনেৰত আছিল ৰাহুল গান্ধীৰ নিৰ্বাচনী প্ৰচাৰ সূচী।
- কিন্তু এই সকলো কাৰ্যসূচী পমলকৈ আৰম্ভ হ'ব বুলি টুইট যোগে জনালে ৰাহুল গান্ধীয়ে।