New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/rahul-gandhi-in-amethi_b56c26da-85ea-11e8-b9ce-1e6263d714a8.jpg)
ফাইল ফটো
- শেষ হোৱা নাই কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ সমস্যা।
- ৰাহুল গান্ধীৰ ক্ষমা প্ৰাৰ্থনাৰ পিছতো সন্তুষ্ট নহয় উচ্চতম ন্যায়ালয়।
- ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীয়ে কৰা মন্তব্যৰ পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ।
- ৩০ এপ্ৰিলত আদালতে গ্ৰহণ কৰিব শুনানি।
- ৰাফেল চুক্তি সন্দৰ্ভত ৰাহুল গান্ধীয়ে মোডীক কটাক্ষ কৰি 'এতিয়া উচ্চতম ন্যায়ালয়েও চকীদাৰক চোৰ আখ্যা দিছে' বুলি মন্তব্য কৰিছিল।
- ৰাহুল গান্ধীৰ এই মন্তব্যৰ পিছতে বিজেপি সাংসদ মিনাক্ষী লেখীয়ে উচ্চতম ন্যায়ালয়ত তেওঁৰ বিৰুদ্ধে দাখিল কৰিছিল অভিযোগ।
- পিছত ৰাহুল গান্ধীয়ে ভুল বশতঃ সেই মন্তব্য কৰা বুলি ক্ষমা বিচাৰিছিল ন্যায়ালয়ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us