পদত্যাগ নকৰে ৰাহুল গান্ধীয়ে…

পদত্যাগ নকৰে ৰাহুল গান্ধীয়ে…

author-image
asomiyapratidin
New Update
পদত্যাগ নকৰে ৰাহুল গান্ধীয়ে…

  • কংগ্ৰেছৰ ৰাষ্ট্ৰীয় অধ্যক্ষ পদৰ পৰা পদত্যাগ নকৰে ৰাহুল গান্ধীয়ে।
  • এই কথা স্পষ্ট কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰণদ্বীপ সুৰজেৱালাই।
  • লোকসভা নিৰ্বাচন, ২০১৯ত কংগ্ৰেছ পৰাজিত হ'লে ৰাহুল গান্ধীয়ে পদত্যাগ কৰিব বুলি চৰ্চা চলিছিল।
  • বৃহস্পতিবাৰে এই সন্দৰ্ভত ৰাহুল গান্ধীয়ে কয়-
  • 'এয়া মোৰ আৰু কংগ্ৰেছ দলৰ মাজৰ কথা।'
  • 'মোৰ পদত্যাগ সন্দৰ্ভত কোনো সিদ্ধান্ত লোৱা নাই।'
  • 'কংগ্ৰেছ ৱৰ্কাৰ্ছ কমিটী আৰু মোৰ মাজৰ কথা এয়া।'
  • পদত্যাগক লৈ ভুৱা প্ৰচাৰহে চলিছে বুলিও স্পষ্ট কৰিলে ৰাহুল গান্ধীয়ে।