ৰাহুল গান্ধীয়ে পদত্যাগ কৰা অনুচিতঃ ৰজনীকান্ত

ৰাহুল গান্ধীয়ে পদত্যাগ কৰা অনুচিতঃ ৰজনীকান্ত

author-image
asomiyapratidin
New Update
ৰাহুল গান্ধীয়ে পদত্যাগ কৰা অনুচিতঃ ৰজনীকান্ত

  • 'ৰাহুল গান্ধীয়ে পদত্যাগ কৰা অনুচিত।'
  • এই মন্তব্য অভিনেতা তথা ৰাজনীতিক ৰজনীকান্তৰ।
  • মঙলাবাৰে চেন্নাইত সাংবাদিকৰে বাৰ্তালাপত এই মন্তব্য কৰে ৰজনীকান্তে।
  • 'ৰাহুল গান্ধীয়ে প্ৰমাণ কৰা উচিত যে তেওঁ কংগ্ৰেছৰ নেতৃত্ব ল'বলৈ যোগ্য।'
  • 'ৰাহুল গান্ধী এগৰাকী প্ৰতিভাৱান আৰু সক্ষম নেতা।'
  • 'জৱাহৰলাল নেহৰু আৰু ৰাজীৱ গান্ধীৰ পিছতেই ৰাহুল গান্ধীৰ স্থান।'
  • 'তেওঁ তেওঁৰ সক্ষমতা বুজি উঠা উচিত।'
  • গণতন্ত্ৰত বিৰোধী শক্তিশালী হোৱা উচিত বুলিও মন্তব্য কৰে অভিনেতাগৰাকীয়ে।