দেশক দুটুকুৰা হ’বলৈ কেতিয়াও নিদিওঃ ৰাহুল গান্ধী

দেশক দুটুকুৰা হ’বলৈ কেতিয়াও নিদিওঃ ৰাহুল গান্ধী

author-image
asomiyapratidin
New Update
দেশক দুটুকুৰা হ’বলৈ কেতিয়াও নিদিওঃ ৰাহুল গান্ধী

  • প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ গৃহৰাজ্য গুজৰাটৰ জুনাগধত ৰাহুল গান্ধীৰ বিশাল নিৰ্বাচনী সভা।
  • নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰীক বাক্যবানেৰে সমালোচনা ৰাহুল গান্ধীৰ।
  • 'মই মোৰ প্ৰতিটো ভাষণতে আপোনালোকক মনৰ কথা ক'ব নিবিচাৰো।'
  • 'কেৱল নিজৰ কথাই কৈ সময় নষ্ট কৰাৰ ইচ্ছা মোৰ নাই।'
  • 'মই আপোনালোকৰ কথা শুনিবহে বিচাৰো।'
  • 'আপোনালোকৰ সৈতে লগ লাগি দেশখন আগবঢ়াই নিব বিচাৰো।'
  • 'আমি এই হিন্দুস্তানক দুটা ভাগত বিভক্ত হ'বলৈ নিদিও।'
  • 'যদি আম্বানীয়ে ন্যায় পায়, তেন্তে দৰিদ্ৰ কৃষকেও ন্যায় পোৱা উচিত।'
  • ৰাহুল গান্ধীৰ জনসভাত অগণন কংগ্ৰেছ সমৰ্থকৰ উপস্থিতি পৰিলক্ষিত হয়।