পৰাজয় স্বীকাৰ ৰাহুল গান্ধীৰ, ক’লে- জনতাৰ সিদ্ধান্তক সন্মান জনাইছো

পৰাজয় স্বীকাৰ ৰাহুল গান্ধীৰ, ক’লে- জনতাৰ সিদ্ধান্তক সন্মান জনাইছো

author-image
asomiyapratidin
New Update
পদত্যাগ নকৰে ৰাহুল গান্ধীয়ে…

  • ২০১৯ৰ লোকসবা নিৰ্বাচনৰ সম্পূৰ্ণ ফলাফল ঘোষণা হোৱাৰ পূৰ্বেই পৰাজয় স্বীকাৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীৰ।
  • বৃহস্পতিবাৰে সম্বোধন কৰা সংবাদ মেলত ৰাহুল গান্ধীয়ে কয়-
  • 'নিৰ্বাচনী প্ৰচাৰৰ সময়তে মই কৈছিলো যে জনতাই আমাৰ মালিক।'
  • 'আজি জনতাই স্পষ্টভাৱে তেওঁলোকৰ সিদ্ধান্ত জনাই দিছে।'
  • 'মই প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ অভিনন্দন জনাইছো।'
  • 'আমি কৰা ভুলৰ আলোচনাৰ বাবে আজিৰ দিনটো সঠিক দিন নহয়।'
  • 'জনতাই নৰেন্দ্ৰ মোডীক পুনৰ এবাৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে।'
  • 'এজন প্ৰকৃত ভাৰতীয় হিচাপে মই জনতাৰ এই সিদ্ধান্তৰ সন্মান জনাইছো।'