New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/rahul-gandhi-in-amethi_b56c26da-85ea-11e8-b9ce-1e6263d714a8.jpg)
ফাইল ফটো
- আমেথিত জয়যাত্ৰা স্থবিৰ হৈ পৰিল গান্ধী পৰিয়ালৰ।
- সমষ্টিটোত ৪৮০৭৮ টা ভোটত পৰাজিত কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধী।
- তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰ অন্তত সমষ্টিটোত শেষ হাঁহি মাৰিবলৈ সক্ষম হয় বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে।
- স্মৃতি ইৰাণীয়ে ৪১০৩২৬ টা ভোট লাভ কৰাৰ বিপৰীতে ৰাহুল গান্ধীয়ে লাভ কৰে ৩৬২২৪৮টা ভোট।
- ২০১৪ চনত একেটা সমষ্টিৰ পৰাই প্ৰতিদ্বন্দ্বিতা কৰি ৰাহুল গান্ধীৰ বিৰুদ্ধে পৰাজিত হৈছিল স্মৃতি ইৰাণী।