New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4VexAhUEAAUBrx.jpg)
- কেৰালাৰ বায়ানাডত ৰাহুল গান্ধীৰ বিশাল নিৰ্বাচনী সভা।
- নিৰ্বাচনী সভাত দেখা পোৱা গ'ল অভূতপূৰ্ব জনসমাগমৰ।
- 'মই ইয়াত মোৰ নিজৰ কথা ক'বলৈ অহা নাই।'
- 'মই আপোনালোকৰ জ্ঞান, পাৰদৰ্শিতা আৰু সুক্ষ্ম দৃষ্টিভংগীৰ সন্মান কৰো।'
- 'সেয়ে মই আপোনালোকক মিছা কথা ক'বও নোৱাৰো বা নিবিচাৰো।'
- 'আপোনালোকৰ সৈতে মই এক দীঘলীয়া সম্পৰ্ক ৰক্ষা কৰিব বিচাৰো।'
- 'মই দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ দৰে নহয়, যি কেৱল মিছা কয়।'
- 'মিছা প্ৰতিশ্ৰুতিৰে জনতাক এবাৰ বুৰ্বক সজাব পাৰি, বাৰে বাৰে নহয়।'
- 'আপোনালোকৰ সৈতে মই একেলগে আগবঢ়াৰ প্ৰয়াস কৰিছো, আগত নহয়।'
- নিৰ্বাচনী সভাত এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে।
- উল্লেখ্য যে, ২০১৯ৰ লোকসভা নিৰ্বাচনত আমেঠিৰ উপৰিও বায়ানাড লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব ৰাহুল গান্ধীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us