New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D6VxmELW4AAD42t-1.jpg)
- পুৱাই ভোটদান কৰিলে কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে।
- দিল্লীত ভোটদান কৰিলে ৰাহুল গান্ধীয়ে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D6Vxk7KWAAEXbt6-1-1024x576.jpg)
- ঔৰংগজেৱ লেনত ভোটদান কৰিলে কংগ্ৰেছ সভাপতিজনে।
- ভোটদান কৰিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক সমালোচনা।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D6V0-sJX4AIIzbX-1-1024x576.jpg)
- নিৰ্বাচনত বিমুদ্ৰাকৰণ, কৃষকৰ সমস্যা, জি এছ টি আৰু ৰাফেলৰ দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াৰ কথা প্ৰকাশ।
- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিৰ্বাচনৰ প্ৰচাৰৰ নামত ঘৃণাৰ সৃষ্টি কৰা বুলিও কলে নেতাজনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D6V05wQWwAId4k1-1-1024x576.jpg)