New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/03/RahulGandhi-1.jpg)
- আমেথিত কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব ৰাহুল গান্ধী।
- ইণ্ডিয়া টুডে'ৰ এগজিছ মাই ইণ্ডিয়াৰ এগজিট প'লৰ এই দাবী।
- সহজ নহ'ব সমষ্টিটোত ৰাহুল গান্ধীৰ জয়।
- এই এগজিট প'লৰ মতে- উত্তৰপ্ৰদেশত এখন বা দুখন আসনহে পাব কংগ্ৰেছে।
- ৰায়বৰেলীৰ পৰা বিজয়ী হ'ব ছোনিয়া গান্ধী।
- এগজিট প'লৰ সমীক্ষা মতে, উত্তৰপ্ৰদেশত কংগ্ৰেছে এখন আসন পালে পৰাজয় হ'ব ৰাহুল গান্ধী।
- সমষ্টিটোত ৰাহুল গান্ধীৰ বিৰুদ্ধেৰ বিজেপিৰ প্ৰাৰ্থী স্মৃতি ইৰাণীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা।
- ২০১৪ত ৰাহুল গান্ধীৰ হাতত পৰাজয় হৈছিল স্মৃতি ইৰাণী।
- ইণ্ডিয়া টুডে'ৰ এগজিট প'লৰ মতে এইবাৰ ৰাহুল গান্ধীৰ সন্মুখত কঠিন প্ৰত্যাহ্বান।