New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D33AId9UcAEFVfT.jpg)
- 'প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নিজকে দেশৰ জনতাতকৈ ডাঙৰ বুলি ভাৱে৷'
- 'এয়া তেওঁৰ অহংকাৰৰ বাহিৰে একো নহয়৷'
- বৃহস্পতিবাৰে এই মন্তব্য কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷
- 'তেওঁ নিজকে অজেয় বুলি ভাবিলেও তেওঁ সফল নহয়৷'
- 'যোৱা ৫ টা বছৰত তেওঁ দেশবাসীৰ বাবে একো নকৰিলে৷'
- '২০১৯ৰ লোকসভা নিৰ্বাচনত দেশবাসীয়ে তেওঁৰ অহংকাৰ খৰ্ব কৰিব৷'
- মাতৃ ছোনীয়া গান্ধীৰ মনোনয়নত সংগ দি এইদৰে মোডীক আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে৷
- ইফালে ছোনীয়া গান্ধীয়েও আক্ৰমণৰ লক্ষ্য কৰি লয় মোডীক৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us