New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D40br78U0AAMNOu.jpg)
- গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ ভোটাধিকাৰ সাব্যস্ত।
- পত্নী শকুন্তলা সাৱন্তসহ চানখলি লোকসভা সমষ্টিত প্ৰদান কৰিলে ভোট।
- 'ভোটাধিকাৰ গণতন্ত্ৰৰ অধিকাৰ।'
- 'এই অধিকাৰ সকলোৱে সাব্যস্ত কৰিব লাগে।'
- ভোট দি সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তৰ।
- উল্লেখ্য যে, গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ পাৰিকৰৰ মৃত্যুৰ পিছতে মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈছিল প্ৰমোদ সাৱন্ত।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us